Home / News / তেজপুৰৰ স্বৰ্গীয় যাদৱ চন্দ্ৰ শৰ্মাৰ বাসগৃহত আউনীআঁটি কবি সন্মিলনৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়

তেজপুৰৰ স্বৰ্গীয় যাদৱ চন্দ্ৰ শৰ্মাৰ বাসগৃহত আউনীআঁটি কবি সন্মিলনৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়

#তেজপুৰৰ স্বৰ্গীয় যাদৱ চন্দ্ৰ শৰ্মাৰ বাসগৃহত আউনীআঁটি কবি সন্মিলনৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ।

এন ই লাইভ ট্যুডে, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ৪ জুন:

তেজপুৰ কবি চক্ৰৰ প্ৰতিষ্ঠাপক সম্পাদক তথা উত্তৰ পশ্চিম সাহিত্য সভাৰ উপসম্পাদক স্বৰ্গীয় যাদৱ চন্দ্ৰ শৰ্মাৰ বাসগৃহত আউনীআঁটি কবি সন্মিলনৰ আতিথ্যত শোণিতপুৰ জিলা কবি সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি-উপসভানেত্ৰী, সম্পাদক আৰু অন্যান্য বিষয়ববীয়াক লৈ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। য’ত সদৌ অসম কবি সন্মিলনৰ কেইবাজনো বিষয়ববীয়াৰ লগতে শোণিতপুৰ কবি সন্মিলনৰ অন্তৰ্গত শাখা সমূহৰ বিষয়ববীয়া সকলৰ উপস্থিতিত পূৰ্ণাঙ্গ কমিটি গঠনৰ লগতে অনাগত দিনসমূহৰ বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সভাতে তেজপুৰৰ নবীন- প্ৰবীন কবি/সাহিত্যিক ৰ লগতে স্বৰ্গীয় যাদৱ চন্দ্ৰ শৰ্মাৰ পত্নী মমীতা শৰ্মায়ে কাব্য চৰ্চাৰ সম্পৰ্কে বক্তৃতা ৰাখে লগতে বিশিষ্ট ব্যক্তি সকলে শোণিতপুৰ জিলা কবি সন্মিলনলৈ দিহা পৰামৰ্শ তথা সহযোগিতা আগবঢ়ায়।

About Chandan Sarmah

Reporter, Jamugurihat, Assam

Check Also

AISSCE and AISSE 2021-22 Results from Army Public School Tezpur

The People in around Historic Tezpur town in Sonitpur District today felt proud as a …

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.