Home / News / ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো চতুৰ্থ আন্ত:ৰাষ্ট্ৰীয় য়ুগ দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো চতুৰ্থ আন্ত:ৰাষ্ট্ৰীয় য়ুগ দিৱস পালন

এন ই লাইভ ট্যুডে, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ২১ জুন:

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ নদুৱাৰ অন্তৰ্গত জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চতুৰ্থ আন্ত:ৰাষ্ট্ৰীয় য়ুগ দিৱস পালন কৰে । উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ এশৰো অধিক ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহন কৰে এই আন্ত:ৰাষ্ট্ৰীয় য়ুগ দিৱসত । লগতে এই অনুষ্ঠানটোত বিশিষ্ট য়ুগ প্ৰশিক্ষক হিচাপে উপস্থিত থাকি পুজা ৰাণা আৰু অমনাথ মাজিয়ে য়ুগৰ উপকাৰিতাৰ ওপৰত বিষদভাৱে বুজাই দিয়ে বিস্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক । লগতে বিদ্যালয়খনৰ শিক্ষক ক্ৰমে অনন্ত বৰদলৈ, ৰাজেন শৰ্মা আৰু নাৰায়ন প্ৰখেলে উক্ত অনুষ্ঠানত গুৰি ধৰি নিয়াৰিকৈ পালন কৰিবলৈ সক্ষম হয় । ইয়াৰ লগতে পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ প্ৰাঙ্গনতো আন্ত:ৰাষ্ট্ৰীয় য়োগ দিৱস পালন কৰে । উক্ত অনুষ্ঠানত গড়বিলৰ এজন জেষ্ঠ ব্যক্তি বিমল থাপা(৭০) ই য়োগ প্ৰশিক্ষন দিয়ে সমুহ উপষ্ঠিত ৰাইজৰ লগতে বহু কন কন ছাত্ৰ-ছাত্ৰীসকলক । লগতে তেওঁ কই যে বহু পিছপৰা অঞ্চলসমুহত য়োগ শিবিৰ আয়োজন কৰি সকলোকে য়োগৰ ওপৰত জ্ঞান দিবৰ বাবে চেষ্টা কৰিব লাগে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো চতুৰ্থ আন্ত:ৰাষ্ট্ৰীয় য়ুগ দিৱস পালন
  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো চতুৰ্থ আন্ত:ৰাষ্ট্ৰীয় য়ুগ দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো চতুৰ্থ আন্ত:ৰাষ্ট্ৰীয় য়ুগ দিৱস পালন

About Chandan Sarmah

Reporter, Jamugurihat, Assam

Check Also

AISSCE and AISSE 2021-22 Results from Army Public School Tezpur

The People in around Historic Tezpur town in Sonitpur District today felt proud as a …

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.