Home / News / ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বুৰঞ্জীপ্ৰসিদ্ধ তেজপুৰতো ৰাভা দিৱসৰ আয়োজন

ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বুৰঞ্জীপ্ৰসিদ্ধ তেজপুৰতো ৰাভা দিৱসৰ আয়োজন

ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বুৰঞ্জীপ্ৰসিদ্ধ তেজপুৰতো ৰাভা দিৱসৰ আয়োজন

এন ই লাইভ ট্যুডে, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ২০জুন:

আজি ৰাভা দিৱস । নিজৰ বৈপ্লৱিক সত্বাৰে এক আলোড়ন সৃষ্টি কৰা সংগ্ৰামী নেতা তথা শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে বিভিন্ন বৰ্ণাধ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাভা দিৱস । আজিৰ এই বিশেষ দিনটোতেই ১৯৬৯ চনত তেজপুৰত মহাপ্ৰয়ান ঘটিছিল এইজনা মহান শিল্পীৰ । কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিৰ চৰ্চা লগতে তেখেতৰ যি আদৰ্শ সেই আদৰ্শৰ ব্যাখ্যাৰে সকলোকে উদ্ভাসিত কৰিবলৈ ৰাজ্যৰ চুকে কোনে ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাভা দিৱস । সদৌ অসম ছাত্ৰ সন্থাই শোণিতপুৰ জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ তেজপুৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থলত গভীৰ শ্ৰদ্ধাঞ্জলী জনাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে ৰাভা দিৱস ।

About Chandan Sarmah

Reporter, Jamugurihat, Assam

Check Also

AISSCE and AISSE 2021-22 Results from Army Public School Tezpur

The People in around Historic Tezpur town in Sonitpur District today felt proud as a …

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.