Friday , 10 July 2026
মাইথান ফায়াৰিং ৰেঞ্জত অসম আৰক্ষী কমাণ্ডোৰ গুলীচালনা অনুশীলন অনুষ্ঠিত হ’ব আজি
মাইথান ফায়াৰিং ৰেঞ্জত অসম আৰক্ষী কমাণ্ডোৰ গুলীচালনা অনুশীলন অনুষ্ঠিত হ’ব আজি

মাইথান ফায়াৰিং ৰেঞ্জত অসম আৰক্ষী কমাণ্ডোৰ গুলীচালনা অনুশীলন অনুষ্ঠিত হ’ব আজি

বিশ্বনাথ জিলাৰ পাভৈস্থিত পঞ্চম অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ ফালৰ পৰা জনোৱা হৈছে যে, ২২ মে’ ২০২৬ তাৰিখে শোণিতপুৰ জিলাৰ মাইথান ফায়াৰিং ৰেঞ্জত কমাণ্ডো চিএছআই আৰু আৰচি’ৰ দ্বিতীয় গোটৰ (বেটচ) ৭.৬২ মিমি এছএলআৰ (SLR) ৰেঞ্জ ফায়াৰিং অনুশীলন অনুষ্ঠিত কৰা হ’ব।

উক্ত গুলীচালনা অনুশীলন উপলক্ষে মাইথান ফায়াৰিং ৰেঞ্জ সংলগ্ন অঞ্চলত বসবাস কৰা তথা সেই এলেকাত যাতায়াত কৰা সাধাৰণ ৰাইজক অনুশীলন চলি থকা সময়ছোৱাত সুৰক্ষাৰ স্বাৰ্থত সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

CMO Assam Directorate of Information and Public Relations, Assam Janasanyog, Sonitpur জনসংযোগ, শোণিতপুৰ Sonitpur Police

About Team Edupur

Check Also

Sonitpur DC Inspects Special Assam TET Exam Centre in Tezpur

Sonitpur DC Inspects Special Assam TET Exam Centre in Tezpur

TEZPUR: District Commissioner Shri Ananda Kumar Das today visited PM Shri Tezpur Collegiate Higher Secondary …

Leave a Reply

Your email address will not be published. Required fields are marked *