Recent Posts

তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

এন ই লাইভ ট্যুডে, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ২৮ মে’ : #তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী । ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি গণ সত্যাগ্ৰহ …

Read More »