Wednesday , 17 June 2026

Recent Posts

School Inspections in Sonitpur: District Commissioner Shri Ananda Kumar Das Reviews Infrastructure and Functioning

School Inspections in Sonitpur: District Commissioner Shri Ananda Kumar Das Reviews Infrastructure and Functioning

In an effort to elevate educational standards and evaluate institutional development, the District Commissioner of Sonitpur, Shri Ananda Kumar Das, conducted a series of on-site inspections at three local schools today. The schools visited during this drive were: Ulubari High School Keherukhanda High School Kabilabad High English School During the visits, the District Commissioner closely assessed the current infrastructural facilities, …

Read More »

তেজপুৰত জিলা আয়ুক্তৰ বিশেষ পদক্ষেপ: চিকিৎসালয়ত নতুন মৰ্গ উদ্বোধন

তেজপুৰত জিলা আয়ুক্তৰ বিশেষ পদক্ষেপ: চিকিৎসালয়ত নতুন মৰ্গ উদ্বোধন

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত আজি আধুনিক বাতানুকূল ব্যৱস্থাৰে সমৃদ্ধ এটা নতুন মৰ্গ (Mortuary) আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে মৰণোত্তৰ পৰীক্ষাৰ বাবে নশ্বৰ দেহ সংৰক্ষণ কৰিব পৰা এই আধুনিক গৃহটোৰ দ্বাৰ মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে: ডাঃ বিমান শৰ্মা (জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক) জিলা …

Read More »

চিত্ৰলেখা উদ্যানত নতুন ক্ৰীড়া সংযোগ আৰু প্ৰশাসনৰ জনকল্যাণমূলক পদক্ষেপ

চিত্ৰলেখা উদ্যানত নতুন ক্ৰীড়া সংযোগ আৰু প্ৰশাসনৰ জনকল্যাণমূলক পদক্ষেপ

তেজপুৰৰ ঐতিহাসিক চিত্ৰলেখা উদ্যানত (পূৰ্বৰ ক’ল পাৰ্ক) দেশী-বিদেশী পৰ্যটক তথা শিশু-কিশোৰসকলৰ মনোৰঞ্জনৰ বাবে তিনিটাকৈ নতুন ৰোমাঞ্চকৰ ক্ৰীড়াৰ শুভাৰম্ভ কৰা হৈছে। জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে আনুষ্ঠানিকভাৱে মুকলি কৰা এই নতুন খেল তিনিবিধ হ’ল: স্কাইলাইন চাইকেল, জীপ লাইন আৰু জৰবিং বল। জিলা আয়ুক্তগৰাকীৰ বিশেষ প্ৰচেষ্টাত এই ক্ৰীড়াসমূহ সংযোজন কৰাৰ উপৰি এই উপলক্ষে উদ্যানখনত এক বিশেষ জনকল্যাণমূলক কাৰ্যসূচীও ৰূপায়ণে কৰা হয়। …

Read More »