তেজপুৰ পৌৰসভা এলেকাত চলাচল কৰা সকলো ই-ৰিক্সাৰ মালিক আৰু চালক সকলক ইয়াৰ দ্বাৰা জনোৱা হ’ল যে ই-ৰিক্সা সমূহৰ পঞ্জীয়ন ১৫ জুন,২০২৬ তাৰিখৰ পৰা ১৪ জুলাই,২০২৬ তাৰিখলৈকে সম্পন্ন কৰা হ’ব।
পঞ্জীয়নৰ সময়সীমা: ১৫ জুন – ১৪ জুলাই ২০২৬
পঞ্জীয়ন মাচুল: প্ৰতি ই-ৰিক্সাত ₹৬০০
স্থান: তেজপুৰ পৌৰসভাৰ কাৰ্যালয়
মালিক/চালকসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্যালয় চলি থকা সময়ত প্ৰয়োজনীয় নথি-পত্ৰসহ আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
তেজপুৰ পৌৰসভা এলেকাৰ ভিতৰত চলাচল কৰা সকলো ই-ৰিক্সাৰ বাবে তেজপুৰ পৌৰসভাত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। বৈধ পঞ্জীয়ন অবিহনে চলাচল কৰা বাহনসমূহৰ বিৰুদ্ধে প্ৰচলিত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
প্ৰয়োজনীয় নথি-পত্ৰ আৰু চৰ্তাৱলীৰ সম্পৰ্কে অধিক তথ্য জানিবৰ বাবে অনুগ্ৰহ কৰি সংলগ্ন জাননীখন চাওক।
#তেজপুৰপৌৰসভাব#তেজপুৰ#ইৰিক্সা#ৰাজহুৱাজাননী#নাগৰিকসেৱা#শোণিতপুৰ#TezpurMunicipalBoard#Tezpur#ERickshaw#PublicNotice#CitizenServices#Sonitpur
CMO AssamCharan BoroTransport Department, AssamDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰTezpur Municipal Board


Tezpur Online Tezpur Local Market eDirectory
