Thursday , 9 July 2026
Public Notice | Tezpur Municipal Board
Public Notice | Tezpur Municipal Board

ৰাজহুৱা জাননী | তেজপুৰ পৌৰসভা

তেজপুৰ পৌৰসভা এলেকাত চলাচল কৰা সকলো ই-ৰিক্সাৰ মালিক আৰু চালক সকলক ইয়াৰ দ্বাৰা জনোৱা হ’ল যে ই-ৰিক্সা সমূহৰ পঞ্জীয়ন ১৫ জুন,২০২৬ তাৰিখৰ পৰা ১৪ জুলাই,২০২৬ তাৰিখলৈকে সম্পন্ন কৰা হ’ব।

🗓️ পঞ্জীয়নৰ সময়সীমা: ১৫ জুন – ১৪ জুলাই ২০২৬

💰 পঞ্জীয়ন মাচুল: প্ৰতি ই-ৰিক্সাত ₹৬০০

📍 স্থান: তেজপুৰ পৌৰসভাৰ কাৰ্যালয়

মালিক/চালকসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্যালয় চলি থকা সময়ত প্ৰয়োজনীয় নথি-পত্ৰসহ আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

⚠️ তেজপুৰ পৌৰসভা এলেকাৰ ভিতৰত চলাচল কৰা সকলো ই-ৰিক্সাৰ বাবে তেজপুৰ পৌৰসভাত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। বৈধ পঞ্জীয়ন অবিহনে চলাচল কৰা বাহনসমূহৰ বিৰুদ্ধে প্ৰচলিত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

প্ৰয়োজনীয় নথি-পত্ৰ আৰু চৰ্তাৱলীৰ সম্পৰ্কে অধিক তথ্য জানিবৰ বাবে অনুগ্ৰহ কৰি সংলগ্ন জাননীখন চাওক।

#তেজপুৰপৌৰসভাব#তেজপুৰ#ইৰিক্সা#ৰাজহুৱাজাননী#নাগৰিকসেৱা#শোণিতপুৰ#TezpurMunicipalBoard#Tezpur#ERickshaw#PublicNotice#CitizenServices#Sonitpur

CMO AssamCharan BoroTransport Department, AssamDirectorate of Information and Public Relations, AssamJanasanyog, Sonitpur জনসংযোগ, শোণিতপুৰTezpur Municipal Board

About Team Edupur

Check Also

Sonitpur DC Inspects Special Assam TET Exam Centre in Tezpur

Sonitpur DC Inspects Special Assam TET Exam Centre in Tezpur

TEZPUR: District Commissioner Shri Ananda Kumar Das today visited PM Shri Tezpur Collegiate Higher Secondary …

Leave a Reply

Your email address will not be published. Required fields are marked *