নেপালী আৰু অসমীয়া—উভয় ভাষাতেই সাহিত্য সৃষ্টিৰে দুয়োটা ভাষাৰ মাজত সমন্বয়ৰ এক সুদৃঢ় সেঁতু গঢ়ি তোলা মহান স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতিনী, ৰাজ্যখনৰ বৰেণ্য সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ, দুবাৰকৈ সাহিত্য অকাডেমি বঁটা প্ৰাপক, ভাৰত চৰকাৰৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু শেহতীয়াকৈ অসম চৰকাৰৰ সতী সাধনী বঁটাৰে সন্মানিত শ্ৰদ্ধাৰ গীতা উপাধ্যায়ৰ নশ্বৰ দেহ আজি অসম চৰকাৰৰ ৰাজ্যিক মৰ্যাদাৰে তেজপুৰৰ পৰোৱাৰ ৰাজহুৱা শ্মশানত …
Read More »
Tezpur Online Tezpur Local Market eDirectory